जनाउनुजनानै

जनानफिथ अवार्ड (Bodo) [ Roman: jo.nan.pith a.ward]
Contributed by: Karishma Boro on 2023-09-07
1. Literature(Proper Noun) The Jnanpith Award is a literary award in India. it is one of the two most prestigious literary honours in the country.The award carries a check for Rs. 5,00,000 a citation plaque and a bronze replica of Vagdevi. ভাৰতীয় জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান ৷ ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷ ইয়াত নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি দিয়া হয় ৷